Home মিন্টু গোৱলা মৌনতা- মিন্টু গোৱলা মৌনতা- মিন্টু গোৱলা person©Admin October 29, 2022 0 share কিমান আৰু মৌন হৈ কথাবোৰ সহি থাকিম বাৰু ?জীৱনত বহু বাৰ মৌনতা অৱলম্বনকৰি পাৰ কৰিলোঁ ।আজি মই মৌন হৈ নাথাকো সকলো কথা খুলি কʼম তোমাক !মৌনতাই আজি মোক কোঙা কৰি পেলাইছে।তোমাক কথাবোৰ ক'লে ,আজি মোৰ মনতো পাতল হ'ব।মই মৌন হৈ নাথাকো সকলো কথাৰ প্ৰত্যুত্তৰ দিম । Tags কবিতামিন্টু গোৱলা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ