Home গায়ত্ৰী কোঁৱৰ আপোন সুহুৰি- গায়ত্ৰী কোঁৱৰ আপোন সুহুৰি- গায়ত্ৰী কোঁৱৰ person©Admin October 29, 2022 0 share আকলুৱা মনৰ পদূলিত কাৰেনো সুহুৰি বাজে ?কাৰ বাৰু বতৰা শীহঁৰিত বা চাটিত নাচে ?ভাঁহি আহে যেন মধূসুধনৰ সুৰ গুণগুণ গুণগুণ ।হয়তো প্ৰেম চন্দনৰ আলোক তুমি যে আপোন । Tags কবিতাগায়ত্ৰী কোঁৱৰ Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ