শব্দৰ পূজাৰী-শ্ৰী মিন্টু গোৱলা

©Admin
0
হে শব্দৰ পূজাৰী
             শব্দৰে গাঁথা
কবিতাৰ মালা 
         জীৱনৰ প্ৰাপ্তি - অপ্ৰাপ্তি
জীৱন গাঁঠাৰ
         কৰুণ কাহিনীবোৰ 
গাঁথা শব্দৰ মালাৰে 
           কবিতাৰ ভাষাত 
জীৱন - যৌৱনৰ অনুভূতিক শব্দৰে গাঁথা । 
              হে শব্দৰ পূজাৰী
গাঁথা সদায় শব্দৰ মালা
                 জীৱনজোৰা সাধনাৰ 
   প্ৰতিটো পলক ।

                
           ✍️ শ্ৰী মিন্টু গোৱলা     
                 লখিমপুৰ কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)