জ্বলি থকা এগছি চাকি - শ্ৰী মিন্টু গোৱলা

©Admin
0
আজি জ্বলি আছোঁ এটুপি তেলৰ বাবে
তেলটি আছে বুলিয়ে মোৰ অহংকাৰ
লোভ,মোহ,কাম,ত্ৰুোধো আছে 
তেল শুকালে সকলো যাব ।
জ্বলি আছে বুলি নিজকে কৰিছো 
গৌৰৱ, কৰিছো অহংকাৰ
 জীৱন গ'লে সকলো যাব ।
জীৱন এগছি জ্বলিত চাকি তেল আছে 
জ্বলি আছে তেল শুকালে চাকি নুমিব 
জীৱন ও শেষ হ'ব সকলো এৰি।
 কামনা- বাসনা,লোভ, মোহ ,কাম,ত্ৰুোধ
দুদিনীয়া সংগ জীৱন গ'লে সকলো যাব।
তেল শুকালে চাকি নুমাব দেহৰ কোনো ভৰসা নাই।
এগছি চাকি হৈ জ্বলি আছোঁ পোহৰ বিলাই ।
জীৱন জ্বলি থকা এগছি চাকি জ্বলিব তেল থকা মানে 
তেল শেষ হ'ব জীৱন শেষ হ'ব 
দেহ জ্বলিব চিতাত 
দেহৰ শুকুৱা তেলৰ পৰশত।
        
     ‌ ‌

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)