উত্তৰ :- ১৯২৭ চনত তেজপুৰত বহা অসম ছাত্ৰ সন্মিলনত ।
২/ অসমত সৰ্বমুঠ কেইটা ডাকঘৰ আছে ?
উত্তৰ :- ৩৯৪২ টা
৩/ "ইনক্লাব-জিন্দাবাদ" এই শ্লগানটোৰ স্ৰষ্টা কোন ?
উত্তৰ :- ছহিদ ভগৎ সিং ।
৪/ অসমৰ লৌহমানৱ কাক আখ্যা দিয়া হয় ?
উত্তৰ :- বিষ্ণুৰাম মেধিক ।
৫/ জাতিৰ পিতা মহাত্মা গান্ধীয়ে চোৱা একমাত্ৰ চিনেমাখনৰ নাম কি আছিল ?
উত্তৰ :- ৰামৰাজ্য ।
৬/ কম্পিউটাৰত লিখা প্ৰথম গ্ৰন্থখনৰ নাম কি ?
উত্তৰ :- ব্লাইণ্ড ফাৰকিউ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ