সাধাৰণ জ্ঞান

0
১/ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা "অ মোৰ আপোনাৰ দেশ" শীৰ্ষক গীতটি কেতিয়া ক'ত অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হয় ?
উত্তৰ :- ১৯২৭ চনত তেজপুৰত বহা অসম ছাত্ৰ সন্মিলনত ।

২/ অসমত সৰ্বমুঠ কেইটা ডাকঘৰ আছে ?
উত্তৰ :- ৩৯৪২ টা

৩/ "ইনক্লাব-জিন্দাবাদ" এই শ্লগানটোৰ স্ৰষ্টা কোন ?
উত্তৰ :- ছহিদ ভগৎ সিং ।

৪/ অসমৰ লৌহমানৱ কাক আখ্যা দিয়া হয় ?
উত্তৰ :- বিষ্ণুৰাম মেধিক ।

৫/ জাতিৰ পিতা মহাত্মা গান্ধীয়ে চোৱা একমাত্ৰ চিনেমাখনৰ নাম কি আছিল ?

উত্তৰ :- ৰামৰাজ্য ।

৬/ কম্পিউটাৰত লিখা প্ৰথম গ্ৰন্থখনৰ নাম কি ?
উত্তৰ :- ব্লাইণ্ড ফাৰকিউ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)