অপেক্ষা(অণুগল্প) - হীৰক কলিতা

©Admin
0
ৰাতি বাৰ বাজিছিল বাহিৰত কিবা এটা শব্দ হ'ল বুলি শেৱালী তৎক্ষণাত বিছনাৰ পৰা উঠি মমবাতি ডাল জ্বলাই বাহিৰলৈ ওলাই গ'ল কিজানি তেওঁ উভতি আহিছে নেকি ? 
কিন্তু নাই কোনো নাই পিছফালে আকৌ এবাৰ ঘূৰি চালে এটি সৰাপাতৰ শব্দ আছিল । 

✍️হীৰক কলিতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)