তোমাৰ অবৰ্তমানত- হেমেন হাজৰিকা

©Admin
0
         অৰুণিমা
         তুমিও জানিছিলা
        তোমাৰ অবৰ্তমানত
        জানমণি আৰু
        মনিমালা
       আনন্দত থাকিব নোৱাৰে
       তথাপি
       তথাপিও অৰুণিমা
       তুমি যাও বুলিয়েই
      গুছি গ'লা
       তৰাৰ দেশলৈ
     এতিয়া সিহঁত ৰৈ থাকে
     পুৱাৰ চাহলৈ
     স্কুলৰ ভাতলৈ
      এনেদৰে পাৰ হৈছে
     সিহঁতৰ অফুৰন্ত সময় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)