মোৰ আকাংক্ষাতে হ'লেও- হিমাশ্ৰী বৰা

©Admin
0
প্ৰাতঃ ভ্ৰমণত নেদেখা বেলি 
দুপৰৰ আকাশত গম্ভীৰ হ'ল ।

জলক্-তপক্ চকুৰ ভাষাত
কথাৰ বকলা মেল খাই গ'ল ।

কথাৰ আঁত হেৰালেও , থাকিব কবিতাৰ ভেশত
চকু অস্বস্তিত ভুগিলেও , গুণগুণণি ভাহিব আঁৰত
মোৰ আকাংক্ষাতে হ'লেও , আলফুলে জী থাকিব সিহঁত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)