গ্ৰন্থ-মিন্টু গোৱলা

Rinku Rajowar
0
বিশ্বত লিখি যাম মই গ্ৰন্থ,
জিলিকিম আখৰৰ আৰঁত গ্ৰন্থৰ মাজত!!
বিশ্বৰ ঘৰে ঘৰে থাকিম জিলিকি আখৰৰ হয়!
ন-পুৰণি কথাৰে ভৰা মোৰে এই গ্ৰন্থ হ'ব বহুতৰ প্ৰিয়,
 আকোঁৱালি ল'ব মোক সিহঁতৰ হৃদয়ৰ মাজত আখৰৰ সুবাসত।
কোনোৱে বিচাৰি পাব মোক, কোনোৱে বিচাৰি পাব নিজকে সেই সোনোৱালী আখৰ বোৰত।
মোৰ গ্ৰন্থ হ'ব বহু মধুৰ,
প্ৰতি দিনে পঢ়িলে পাব তাৰ ন ন সুবাস
এই গ্ৰন্থৰ আখৰ বোৰত।
কোনোৱে বিচাৰি পাব জীৱন গঢ়া মন্ত 
এই গ্ৰন্থৰ আখৰ বোৰত।
কোনোৱে বিচাৰি পাব জীৱন ধ্বংসৰহে মন্ত
এই গ্ৰন্থৰ আখৰ বোৰত।
মই লিখি যাম গ্ৰন্থ মৃত্যুৰ আগমুহূর্ত লয়!!
বিশ্বৰ ঘৰে ঘৰে জিলিকিম গ্ৰন্থৰ আখৰে আখৰে
মানৱ হৃদয় জিনিম গ্ৰন্থৰ কথাৰে ।
মই লিখি যাম গ্ৰন্থ মৃত্যুৰ আগমুহূর্ত লয়!!!
           ‌‌         
▪️শ্ৰী মিন্টু গোৱলা, লখিমপুৰ, কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)