এদিন- ৰাকেশ নাথ

©Admin
0
তেওঁৰ চুলিবোৰেৰে
বৈ গৈছে এখন বৰফৰ নৈ
ছালবোৰ কোঁচ খাইছে ,
চকুদুটাও গাতত সোমাইছে।
আৰু কঁপি কঁপি তেওঁ বহি আছে
যদিও শীতলৈ এতিয়াও বহুদিন...!

তেওঁৰ চুলিত মেলি দিবলৈ
মোৰ আঙুলিৰ খেৱালি জাল,
মই আছোনে, তেওঁৰ কাষত!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)