অকলে যাব লাগিব-ছাইফুদ্দিন আহমেদ

©Admin
1
চন্দ্ৰ-সূৰ্য্য একেই থাকিলেও
পৃথিৱী সলনি হৈ থাকিব ৷

জীৱনত উত্থান-পতন হৈ থাকিলেও
জীৱনৰ মূল্য একেই থাকিব ৷

মানুহ মানুহৰ দৰে থাকিলেও
মানুহৰ চিন্তাধাৰা সলনি হৈ থাকিব ৷

এইখন পৃথিৱী হয় 
ইয়াত সকলো থাকিলেও
যোৱাৰ সময়ত অকলে অকলেই যাব লাগিব ৷


Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. আন্তৰিকতাৰে অশেষ ধন্যবাদ @অসমীয়া_সাহিত্যৰ_চানেকি লৈ

    ReplyDelete
Post a Comment