দেৱালী- আহচানাল মাৰিফ

©Admin
0
ৰাৱণ বধৰ অন্তত
ৰামৰ আদৰণত
পূৰ্ণ ভাৰতত
উজ্জয়িত হ'ল
দেৱালীৰ পোহৰত।

কলৰ খাচত,
চাকি বন্তিৰ সমীপত
মিঠা তেলৰ সদনত
শিখাত পৰিপূৰ্ণ হয়____
সূৰ্য্যৰ তোৰণৰ।

পাচদিনীয়া উৎসৱৰ 
অন্তিমটো ক্ষণত,
কাল অমাৱস্যাৰ অন্ধকাৰত,
সকলোৱে আৰাধনা কৰে_____
শান্তিৰ অৱতাৰণৰ।

ৰাৱণ বধত,
সন্তুষ্ট জাত।
ৰাম-লক্ষ্মণৰ সেৱত
নামাঙ্কিত উক্ত উৎসৱৰ নাম
           "দেৱালী"

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)