আগলি বতৰা - মুন শৰ্মা, লখিমপুৰ

0
যদিও কাতিক কঙালী বুলি কয়,অৰুণৰ বাবে ই এটি বৰ ৰঙালী মাহ।কাৰণ সৌ সিদিনা জেঠত উদং বুকুত বহু আশাৰে সিঁচি অহা বীজবোৰে ,কাতিৰ সেউজী পাততে লিখি দিয়ে অৰুণৰ ঘৰলৈ লখিমী হৈ যোৱাৰ আগলি বতৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)