যৌৱন উত্তাল প্ৰেমৰ ৰাগীত - ৰাজীৱ মহন্ত

©Admin
0
প্ৰেম নহয় আলিংগন
নহয় ওঁঠৰ চুম্বন,
নগ্ন দেহৰ সুবাসত
মগ্নতাৰ নহয় ক্ষন ।

যৌৱন উত্তাল প্ৰেমৰ ৰাগীত
নহয় নাৰীৰ দেহত,
ভালপাও হিয়া উজাৰি
তুমি থাকিবা কাষৰত।

মৰমৰে বানপানী হ'ব
দুখৰ মথাউৰি ভাঙি,
ভালপোৱাৰ পলস পাই
প্ৰেমৰ মেলিব গজালি।

✍️ৰাজীৱ মহন্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)