বেলকনিত বহি-হেমেন হাজৰিকা

Rinku Rajowar
0
      পুৱতিৰ কোমল ৰʼদজাকে
       বেলকণিটোত
       উম দিছিল  ।

      মইও
      চাহকাপ লৈ বহিছিলোঁ  ।

      হঠাতে চৰাইজনী
      উৰি আহি
      বাহুত বহিছিল  ।

      মোৰো চাহত
      পাক বাঢ়িছিল  ।

           ▪️হেমেন হাজৰিকা
            ৰাণী,কামৰূপ  অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)