আজি যে ৰাস পূৰ্ণিমা-অনন্ত কুমাৰ ভূঞা

Rinku Rajowar
0
বলিলে বলিবলৈ দিয়া এছাতি বতাহ
ৰৈ আছোঁ ৰাধা অহালৈ বাট চায় 
এইয়া যে লুইতৰ বালি
জিলিকিছে এই পূৰ্ণিমাৰ জোনাকী নিশা
লয়লাস ভঙ্গিমাৰে
দৌৰি আহিছে বাউলি ৰাধা 
গোপী সকলে ঘেৰি ধৰি সুধিছে প্ৰণয়ৰ কথা 
লুইতৰ দুয়োপাৰ উখল-মাখল
কৃষ্টিৰ সৃষ্টি ৰাসৰ উৎসৱ
শংখচূড়ৰ নিধন যজ্ঞ ইয়াতে হ'ব ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)