উত্তৰ : পেৰিছ।
২) প্ৰশ্ন : UN দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ : ২৪ অক্টোবৰ।
৩) প্ৰশ্ন : ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ : বাঙ্গালোৰত।
৪) প্ৰশ্ন : ভাৰতৰ অসামৰিক বিমান চালকৰ জনক কোন?
উত্তৰ : জে. আৰ. ডি. টাটা।
৫) প্ৰশ্ন : এক সামুদ্ৰিক মাইলত কিমান কিল’মিটাৰ?
উত্তৰ : ১.৬ কিঃ মিঃ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ