দৈনিক সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

0
১) প্ৰশ্ন : UNESCO ৰ মুখ্য কাৰ্যালয় ক’ত?

উত্তৰ : পেৰিছ।

২) প্ৰশ্ন : UN দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ : ২৪ অক্টোবৰ।

৩) প্ৰশ্ন : ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰ : বাঙ্গালোৰত।

৪) প্ৰশ্ন : ভাৰতৰ অসামৰিক বিমান চালকৰ জনক কোন?

উত্তৰ : জে. আৰ. ডি. টাটা।

৫) প্ৰশ্ন : এক সামুদ্ৰিক মাইলত কিমান কিল’মিটাৰ?

উত্তৰ : ১.৬ কিঃ মিঃ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)