১৮ ছেপ্টেম্বৰ শুক্ৰবাৰ আজিৰ দিনটোৰ ৰাশিফল

Rinku Rajowar
0
মেষ ৰাশি – আইন সম্পৰ্কীয় কাম কাজত ৰেহাই পাব।মাতৃৰ সৈতে যাত্ৰাৰ সম্ভাৱনা । শুভ সংখ্যা ৫, শুভ ৰং গুলপীয়া ।

বৃষ ৰাশি – যদি কৰবালৈ যোৱাৰ বাবে পৰিকল্পনা কৰিছে তেন্তে লগত নিব লগা সামগ্ৰী ভালদৰে পৰীক্ষা কৰক। শুভ সংখ্যা ৪, শুভ ৰং নীলা।

মিথুন ৰাশি – কোনো ভাল বন্ধুৰ পৰা দুখৰ খবৰ পাব পাৰে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে জ্যেষ্ঠ জনৰ দিহা পৰামৰ্শ গ্ৰহণ কৰিব। শুভ সংখ্যা ১, শুভ ৰং হালধীয়া।

কৰ্কট ৰাশি-  স্বাস্থ্যৰ প্ৰতি অলপ নজৰ ৰাখিব। আৰ্থিক দিশত আজিৰ দিনটো ভাল। শুভ সংখ্যা ৩, শুভ ৰং নীলা।

সিংহ ৰাশি – ভাগ্যৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু দূৰ্বল। খৰছো বৃদ্ধি পোৱাৰ সম্ভাৱনা। স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক শক্তিশালী হব। শুভ সংখ্যা ৭, শুভ ৰং বগা।

কন্যা ৰাশি-  পৰিয়ালৰ লোকৰ সৈতে সমন্ধ বোৰো মজবুত হব যদিও কোনো মুহুৰ্তত হতাশা আহিব পাৰে । শুভ সংখ্যা ২, শুভ ৰং বেঙুনীয়া।

তুলা ৰাশি – সন্তানৰ ভৱিষ্যতক লৈ কিছু সমস্যাত থাকিব। শৰীৰ মধ্যম। শুভ সংখ্যা ৫, শুভ ৰং বগা।

বৃশ্চিক ৰাশি –  ব্যৱসায়ী-উদ্যমী সকলৰ বাবে দিনটো ভাল। নতুন সংযোগ হোৱাৰ সংকেত। শুভ সংখ্যা ১, ৰং নীলা।

ধনু ৰাশি –  ক্ৰোধ সম্বৰণ কৰিব। লোকচান হোৱাৰ সম্ভাৱনা। স্বাস্থ্যৰ প্ৰতি নজৰ দিব । শুভ সংখ্যা ৮, শুভ ৰং বগা ।

মকৰ ৰাশি-  শিক্ষাৰ্থী সকলৰ বাবে দিনটো ভাল। যাত্ৰাৰ সংযোগ। শুভ সংখ্যা ৮, শুভ ৰং বগা ।

কুম্ভ ৰাশি – খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ যত্ন কৰিব । পৰিয়ালৰ মাজতো খঙৰ বাবে মনোমালিন্য আনিব পাৰে। সাৱধানে চলিব। শুভ সংখ্যা ৯, শুভ ৰং সুমথিৰা।

মীন ৰাশি – কোনো ভয় বা শংকাৰ বাবে মনত খুদুৱনি থাকিব। সন্ধিয়া ঘৰলৈ আলহী অতিথি অহাৰ সংযোগ। শুভ সংখ্যা ৪, শুভ ৰং ধোঁৱা বৰণ বা ছাই বৰণ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)