🅾️১৭২৭ চনৰ আজিৰ দিনটোতে জয়পুৰ চহৰ প্ৰতিষ্ঠা হয়। এই চহৰৰ প্ৰধান স্থপিতবিদ আছিল বংগৰ বিদ্যাধৰ চক্ৰৱৰ্তী।
🅾️১৯৭২ চনৰ আজিৰ দিনটোতে বাঘক ভাৰতৰ ৰাষ্ট্ৰীয় পশু ৰূপে স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখ্য যে ইয়াৰ আগতে ৰাষ্ট্ৰীয় পশু আছিল "সিংহ।
🅾️১৯৭২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, কবি, সমাজহিতৈষী জুবিন গাৰ্গৰ জন্ম।
🅾️২০১২ চনত অসমীয়া ভাষাত "পাটকাই ইপাৰে মোৰ দেশ" গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা অসমীয়া ঔপন্যাসিক চন্দনা গোস্বামীৰ জন্ম হৈছিল ১৯৬৯ চনৰ আজিৰ দিনটোতে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ