Home হেমেন হাজৰিকা আস্থাহীন সময়-হেমেন হাজৰিকা আস্থাহীন সময়-হেমেন হাজৰিকা personRinku Rajowar November 21, 2022 0 share গাখীৰত পানী মিহলোৱা সময় আস্থা বিশ্বাস অভিলাসী শব্দ হ'ল ।। পকেটত সুমুৱাই লৈ ফুৰে আমদানিকৃত আজিৰ নব্য সংস্কৃতি ।। ভাপত দি সিজাই আলিংগনৰ কুচ-কাৱাজ ।। আস্থাহীনতাৰ বিপৰীতে আস্থা প্ৰতিষ্ঠাৰ যুঁজত দিশহাৰা আমি ।।▪️হেমেন হাজৰিকা Tags কবিতাহেমেন হাজৰিকা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ