সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Rinku Rajowar
0
১) প্ৰশ্ন : ভাৰতৰ কোন খন ৰাজ্যত মূলতঃ খাচী ভাষা কোৱা হয়?

উত্তৰ : মেঘালয়।

২) প্ৰশ্ন : পৃথিৱী বিখ্যাত ভাৰতৰ ‘ধাৰাভী’ দৰাচলতে কি?

উত্তৰ : মুম্বাইৰ বস্তি অঞ্চল।

৩) প্ৰশ্ন : ‘সৰজু’ নদী কোনখন পৱিত্ৰ চহৰৰ মাজেৰে বৈ গৈছে?

উত্তৰ : মাদুৰাই।

৪) প্ৰশ্ন : ফতেহপুৰ চিক্ৰীত প্ৰৱেশৰ দুটা প্ৰধান দ্বাৰ আছে। ইয়াৰে এটা ‘শ্বাহী দৰৱাজা’। আনটো কি?

উত্তৰ : বুলন্দ দৰৱাজা।

৫) প্ৰশ্ন : কোন গৰাকী ভাৰত আক্ৰমণকাৰীক ‘ইছলামৰ তৰোৱাল’ বুলি জনা যায়?

উত্তৰ : গজনীৰ মাহমুদ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)