উত্তৰ : মেঘালয়।
২) প্ৰশ্ন : পৃথিৱী বিখ্যাত ভাৰতৰ ‘ধাৰাভী’ দৰাচলতে কি?
উত্তৰ : মুম্বাইৰ বস্তি অঞ্চল।
৩) প্ৰশ্ন : ‘সৰজু’ নদী কোনখন পৱিত্ৰ চহৰৰ মাজেৰে বৈ গৈছে?
উত্তৰ : মাদুৰাই।
৪) প্ৰশ্ন : ফতেহপুৰ চিক্ৰীত প্ৰৱেশৰ দুটা প্ৰধান দ্বাৰ আছে। ইয়াৰে এটা ‘শ্বাহী দৰৱাজা’। আনটো কি?
উত্তৰ : বুলন্দ দৰৱাজা।
৫) প্ৰশ্ন : কোন গৰাকী ভাৰত আক্ৰমণকাৰীক ‘ইছলামৰ তৰোৱাল’ বুলি জনা যায়?
উত্তৰ : গজনীৰ মাহমুদ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ