এজন সাহিত্যিকক বেয়াকৈ কৈ দিলোঁ
মই ক্ষমা বিচাৰি গ'লোঁ
মোক ক্ষমা কৰিও দিলে।
মই এটা কবিতা লিখিছোঁ
এই কবিতাটোৰ অনুভূতিত
মোৰ এটা পাপ হ'ল
এতিয়া কোনোৱেই মোক ক্ষমা কৰা নাই।
মহৎ লোকৰ বাণী লিখি
গুন্টাৰ গ্ৰাসদেৱে কৈছিল
ঈশ্বৰে ইচ্ছা কৰিলে পাপ ক্ষমা কৰিব পাৰে
কিন্তু মোৰ অনুভূতিক কেতিয়াও ক্ষমা কৰিব নোৱাৰে।
✍️ হাইছ উদ্দিন আহমেদ
নগাঁও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ