হতাশা - নিবেদিতা দাস কলিতা

©Admin
0
আজি পাপৰি হতাশাগ্ৰস্ত ।তাইৰ গৰ্ভত থকা সন্তানটো কুশলে থাকিব নে ? তিনি বাৰকৈ দুটি কন্যা সন্তানৰ মাতৃ হৈ তাই সকলোৰে মনত অশান্তিৰ কাৰণ হৈ পৰিছে । তাইৰ আশাবোৰ বিকশিত হ'ব খুজিও পোহৰ পোৱা নাই ।
এনেতে তাইৰ স্বামীয়ে মাত লগালে "আজি ডাক্তৰৰ ওচৰৰ পৰা আহোগৈ ব'লা , তুমি সাজু হোৱা ।"
তাইৰ দুচকুত আশাৰ ৰেঙনি ভাঁহি উঠিল । এইবাৰ চাগে তাইক তেওঁ বুজিব ।কিন্তু তেওঁ কৈ উঠিল "আমাক আৰু সন্তান নালাগে , কি ঠিক এইবাৰো চাগে কন্যা সন্তানে আছে ।"

✍নিবেদিতা দাস কলিতা 
নলবাৰী ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)