সোঁৱৰণীৰ এখিলা পাত - নৱজিৎ নাথ

©Admin
0
সোঁৱৰণী এজাক বতাহে, 
হৃদয়ৰ হালধীয়া মানস পৃষ্ঠাত , 
 বহু দুৰ লৈ ছটিয়াই যায় ;
 স্মৃতিৰ এজাক এপাহি শেৱালীৰ সুবাস।। 

জীৱনৰ প্ৰতিটো মধুৰক্ষনত ,
নিয়ৰ সনা প্ৰতিটো দিনতে, 
এপাহি ৰজনীগন্ধা হৈ ফুলি থাকিব, 
সোঁৱৰণী ধুলিয়ৰী পৃষ্ঠাত।।

 এজাক সপোনৰ পম খেদি ফুৰাৰ মাজত , 
ৰক্ষ মৰুভূমিত প্লাৱন অনা 
 প্ৰতিটো অলীক কল্পনাত ;
 প্ৰতিটো সৰু মিঠা ক্ষনত অন্তত জীৱনৰত থাকে, মাথোঁ এটোপাল আবেগৰ চকুপানী...।।

✍️নৱজিৎ নাথ
ছিপাঝাৰ, দৰং, (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)