বৰষুণ - বিকাশ বৰা

©Admin
0
হেঁপাহৰ টোপোলা লৈ আহিল এজাক বৰষুণ ,
আহাৰ, শাওনৰ মাদকতা পাৰ কৰি  
ভাদক জীপাল কৰিবলৈ। 
মাদকতা ভৰা ৰিমঝিম বৰষুণ জাকে গায় - যায়  
হৃদয়ৰ মাজত সুৰৰ গুণগুন ।
আহা আহা বৰষুণ 
মোৰ হৃদয়লৈ 
দেহ মন জিপাল কৰা -
 তোমাতেই পাম কিজানি ,
মই হব খোজা ভবিষ্যতৰ ৰঙীন জখলা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)