স্মৃতিৰ একলম"--(নিপেন গোস্বামী লৈ বুলি)-নৱজিৎ নাথ

©Admin
0
ফাগুনৰ অহাৰ বাতৰি শুনি ,
পলাশৰ ৰঙা ৰংঙ আৱৰণ দেখি, 
প্ৰকৃতিজগতৰ  নিয়ম অনুসৰি, 
অসমীয়াৰ অজস্ৰ জনৰ প্ৰশ্নৰ উত্তৰ 
আজি শূণ্য বিহীন কৰি,
আঁতৰি গ'ল গৈ এখন নিজান দেশলৈ........।। 
মহাৰথী নামে পৰিচিত  
অসমীয়া চলচ্চিত্ৰ জগতৰ মাজত , 
যাৰ অভিনয় সকলোকে 
অন্তৰত মন চুই নিয়ে,........ ...।।

সুবিশাল মন আৰু প্ৰচুৰ দৃঢ় মনোবল থকা, মহান মনিষী  গৰাকী
 আৰু নাই, 
গ'ল গৈ  সহস্ৰ জন অসমীয়াৰ অন্তৰত বিষাদ এছাতি সানি, 
এখন অচিনাকী অজান দেশ লৈ,........।।

 মাথোঁ যুগমীয়া হৈ ৰৱ,
 তেখেতৰ মধুৰ স্মৃতিৰাজি  আৰু
  অভিনয় জগতৰ প্ৰতিটো সংলাপ বোৰ .............।।।


                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)