সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Rinku Rajowar
0
১) প্ৰশ্ন : “ৰাম, ৰহিম, আলাহ, খোদা, হৰি, গোবিন্দ যি নামেৰেই নামাতক কিয় তেওঁ এজন” – এই কথাষাৰ কোনে কৈছিল?

উত্তৰ : কবীৰ।

২) প্ৰশ্ন : ভাৰতীয় কোনটো স্মৃতিসৌধক ৰবীন্দ্ৰনাথ ঠাকুৰে ‘অনন্তকালৰ এটোপাল অশ্ৰু’ হিচাপে আখ্যা দিছে?

উত্তৰ : তাজমহল।

৩) প্ৰশ্ন : ভাৰতৰ কোনে ‘টকা’ৰ পৰিৱৰ্তন কৰিছিল?

উত্তৰ : শ্বেৰশ্বাহ চুৰীয়ে।

৪) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যই একমাত্ৰ নিজ ৰাজ্যৰ নামটোৰে ভাৰতীয় ভাষা এটাক বুজায়?

উত্তৰ : তামিলনাডু।

৫) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ ভুমি সীমা ম্যানমাৰ আৰু বাংলাদেশৰ লগত সংলগ্ন?

উত্তৰ : মিজোৰাম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)