১৭ নৱেম্বৰ-আজিৰ দিনটোৰ ৰাশিফল

Rinku Rajowar
0

মেষ -সম্পত্তি ক্ৰয় কৰিব পাৰিব | কোনো বিশেষ লোকৰ সানিধ্য লাভ কৰিব | ব্যৱসায়ত সাৱধান হ’ব| শুভ সংখ্যা ৮ , শুভ ৰং মেৰুণ |

বৃষ-স্থান পৰিৱৰ্তনৰ সঠিক সময় | শিক্ষাৰ্থীয়ে প্ৰতিযোগিতা মূলক পৰীক্ষাত ভাল ফল লাভ কৰিব | প্ৰেমত সাৱধান হ’ব | শুভ সংখ্যা ১ , শুভ ৰং গোলপীয়া |

মিথুন – কৰ্মক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব | কাৰোৰে পৰা ধাৰলৈ পইচা নলব | বিবাহৰ যোগ আছে | শুভ সংখ্যা ৯, শুভ ৰং হালধীয়া |

কৰ্কট – যি কোনো সিদ্ধান্ত লওতে খৰখেদা নকৰিব | ঘৰলৈ নতুন আলহীৰ আগমন হ’ব | স্বাস্থ্যৰ যত্ন ল’ব | শুভ সংখ্যা ৮ , শুভ ৰং বগা |

সিংহ – যি কোনো কামতে ঘৰৰ জ্যেষ্ঠ জনৰ পৰা পৰামৰ্শ লওক | ঘনিষ্ঠ কাৰোবাৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা | শুভ সংখ্যা ৫, শুভ ৰং গাঢ় হালধীয়া |

কন্যা – দিনটো সাৱধানে থাকিব | হাত বা ভৰিত আঘাট পোৱাৰ পূৰ্ণ সম্ভাৱনা | ওচৰ চুবুৰিয়াৰ সৈতে মতানক্য হ’ব পাৰে | শুভ সংখ্যা ২ , শুভ ৰং কমলা |

তুলা – দিনটোৰ আৰম্ভনিতে কোনো ভাল খবৰ লাভ কৰিব | ক্ৰোধ কমাব |দাম্পত্যত শুভ | শুভ সংখ্যা ৬, শুভ ৰং বগা |

বৃশ্চিক – আত্মবিশ্বাসেৰে কাম কৰি যাব | সন্মান লাভ কৰিব | কোনো পাৰিবাৰিক বিষয়ত সাৱধান হ’ব | পত্নীৰ স্বাস্থ্যৰ যত্ন ল’ব | শুভ সংখ্যা ৭, শুভ ৰং বাদামী |

ধনু – ঘৰলৈ আলহীৰ আগমন হ’ব| বহু মূল্যৰ বস্তু ক্ৰয় নকৰিব |বাদ-বিবাদৰ পৰা আতৰি থাকিব | শুভ সংখ্যা ৬ , শুভ ৰং আকাশী |

মকৰ – দিনটো ব্যস্ততাৰে পাৰ হ’ব | যি কোনো সিদ্ধান্তত পত্নীৰ মত ল’ব | প্ৰেমত বাধা আহিব | শুভ সংখ্যা ৪, শুভ ৰং নীল |

কুম্ভ – কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে | মহিলাসকলৰ বাবে দিনটো বিশেষ ভাবে অনুকূল | খৰচৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব |শুভ সংখ্যা ৩ , শুভ ৰং ৰঙা |

মীন – কৰ্মত কষ্টৰ ফল লাভ কৰিব | শিক্ষাৰ্থী সকলৰ বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে | দাম্পত্যত শুভ | শুভ সংখ্যা ৭, শুভ ৰং ৰূপালী |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)