অ প্ৰকাশ-ৰজনী কুমাৰ ডেকা

Rinku Rajowar
0
মই আজীৱন কবি হ'ব বিচাৰো , 
কবিৰ নামত মই প্ৰাণ দিব বিচাৰো, 
কিয় জানো মোক মানুহে গণ্য নকৰে! 
কবিৰ নামত মোক সংখ্যা 
বোধ নকৰে। 
সময় গ'ল বছৰ গ'ল
আয়ুসৰ  ৰেখা পাৰ হ'বৰ হ'ল, 
তথাপি কবি নামৰ শব্দ 
মোৰ হৃদয়ত ৰৈ গল  । 
কিয় আজি মোক কবিয়ে 
আমনি কৰে? 
প্ৰাকৃতিক দৃশ্যবোৰ  চকুজুৰি 
চালে মোৰ হৃদয়ে মাথোন 
কবিকে বিচাৰে  । 

                
🅾️ৰজনী কুমাৰ ডেকা  
 ৰঙিয়া  ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)