এটি বিষাদ ৰাতি- মিণ্টু গোৱলা

©Admin
0
ৰাতিৰ বুকুত স্বপ্নৰ 
কোলাহল বিচাৰোঁ,
স্বপ্নৰ চাকনৈয়াত বহি 
জীৱনৰ পোৱা নোপোৱাৰ
স্বপ্নময় ৰাতিবোৰ,আজি
বৰ বিষাদ ভৰা হৈছে!
 
স্বপ্নবোৰই লৈ আহে
এটি বিষাদ ৰাতি...

ৰাতি দেখোঁ বহু স্বপ্ন
কিন্তু দিঠক কৰিবই 
নোৱাৰিচোন!সেইবাবেই
প্ৰতিটো ৰাতি মোৰ বাবে 
এটি বিষাদৰ ৰাতি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)