৪ নৱেম্বৰ ইতিহাসত আজিৰ দিনটো

©Admin
0
৪ নৱেম্বৰ (ইংৰাজী: 4 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০৮তম (অধিবৰ্ষত ৩০৯তম) দিন। বছৰ শেষ হ'বলৈ ৫৭ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১) ১৯৯২ চনৰ আজিৰ দিনটোত বিল ক্লিণ্টন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪২ তম ৰাষ্ট্ৰপতি হয়।

২) ১৯৫৪ চনৰ আজিৰ দিনটোত দাৰ্জিলিঙত হিমালয়ান মাউণ্টেনিয়াৰিং প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হয়।

৩) ১৯২৩ চনৰ আজিৰ দিনটোত অসমীয়া গায়ক আৰু সংগীত পৰিচালক তাৰিকুদ্দিন আহমেদৰ জন্ম হয়।

৪) ১৯৮৭ চনৰ আজিৰ দিনটোত ভাৰতীয় উদ্ভিদ বিজ্ঞানী জানকী অম্মলৰ জন্ম হয়।

৫) ২০০২ চনৰ আজিৰ দিনটোত সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেণ বৰকটকী দেৱে মৃত্যুবৰণ কৰে।

৬) ১৯৭০ চনৰ আজিৰ দিনটোত ভাৰতৰ কথক সম্ৰাট ৰূপে খ্যাত পণ্ডিত শম্ভু মহাৰাজৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)