সাধাৰণ জ্ঞান

©Admin
0
১) অসমৰ লৌহ মানৱ বুলি কাক কোৱা হয়?
উত্তৰ: বিষ্ণুৰাম মেধি।

২) কোনখন ৰাজ্যত "ফতেহ সাগৰ হ্ৰদ" অৱস্থিত?
উত্তৰ: ৰাজস্থানত।

৩) আঙুৰত কি এচিড থাকে?
উত্তৰ: চাইট্ৰিক এচিড থাকে।

৪) পদ্মশ্ৰী বঁটা লাভ কৰা অসমৰ প্ৰথম গৰাকী মহিলা কোন?
উত্তৰ: অমলপ্ৰভা দাস।

৫) কোন মহাসাগৰত "বাৰ্মুডা ত্ৰিভুজ" অৱস্থিত?
উত্তৰ: আটলান্টিক মহাসাগৰ।

৬) মৃত সাগৰ কোন দুখন দেশৰ মাজত অৱস্থিত?
উত্তৰ: জৰ্ডান আৰু ইজৰাইল।

৭) ভাৰতৰ কোনখন নদীক "বংগৰ দুখ" বুলি জনা যায়?
উত্তৰ: দামোদৰ নদীক।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)