দৈনিক সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

©Admin
0
১) প্ৰশ্ন : ‘ইণ্ডিয়া 2020 : ভিজন ফ’ৰ দ্য নিউ মিলেনিয়াম’ শীৰ্ষক গ্ৰন্থ খনৰ ৰচক কোন?

উত্তৰ : ড° এ. পি. জে. আব্দুল কালাম।

২) প্ৰশ্ন : বগা কয়লা কি?

উত্তৰ : জল – বিদ্যুৎ।

৩) প্ৰশ্ন : যদি এজন খেলুৱৈয়ে শূণ্য (Cannon) স্ক’ৰ কৰে, তেন্তে তেওঁ কি খেল খেলা বুলিব পাৰি?

উত্তৰ : বিলিয়াৰ্ডছ।

৪) প্ৰশ্ন : ডঃ এম এছ স্বামীনাথনে কোনটো ক্ষেত্ৰত বিশেষ সুনাম অৰ্জন কৰিছে?

উত্তৰ : কৃষি।

৫) প্ৰশ্ন : কি কি ক্ষেত্ৰত অশোক চক্ৰ প্ৰদান কৰা হয়?

উত্তৰ : শত্ৰুৰ অনুপস্থিতিত ভূমি, আকাশমাৰ্গ অথবা সমুদ্ৰত দেখুওৱা দৃষ্টি আকৰ্ষণকাৰী সাহসিকতা অথবা আত্মবলিদান।

৬) প্ৰশ্ন : কোনখন ৰাজ্য পূৰ্ণ পৰ্য্যায়ৰ ৰাজ্য হোৱাৰ পূৰ্বে এখন সহযোগী ৰাজ্য আছিল?

উত্তৰ : ছিকিম।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)