Home কবিতা যন্ত্ৰ-আব্দুল কাদেৰ মিঞা যন্ত্ৰ-আব্দুল কাদেৰ মিঞা Author - personAdmin November 01, 2022 0 share চেহেৰাত মানুহ যদিওপশুৰ দৰে জঘন্য,লোকালয়ত বসতি যদিওমনৰ মাজত আৰণ্য।পোছাক দেখি নাযায় বুজাভিতৰ, বাহিৰ, অন্তৰমানুহ বুলি দাবী কৰিলেওআমি আজব যন্ত্র। Tags আব্দুল কাদেৰ মিঞাকবিতা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ