যন্ত্ৰ-আব্দুল কাদেৰ মিঞা

0
চেহেৰাত মানুহ যদিও
পশুৰ দৰে জঘন্য,
লোকালয়ত বসতি যদিও
মনৰ মাজত আৰণ্য।
পোছাক দেখি নাযায় বুজা
ভিতৰ, বাহিৰ, অন্তৰ
মানুহ বুলি দাবী কৰিলেও
আমি আজব যন্ত্র।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)