বীৰ লাচিত - গীতাশ্ৰী বড়া

©Admin
0
হে মহাবীৰ... 
তোমাক শত কোটি বাৰ প্ৰণাম, 
জাতিৰ বুকুত জাগ্রত কৰিলা তোমাৰ নাম।

হে মহাবীৰ... 
আমাৰ স্বদেশৰ বীৰ , 
আজিও জীৱন তোমাৰ যাউতি যুগীয়া । 
তোমাৰ পথেৰে পথ আমাৰ চিৰযুগমীয়া। 

হে মহাবীৰ... 
মহান মহানায়ক 
তোমাৰ সাহসৰ বীৰত্ব দেখি, 
অসমে কৰে গৌৰৱ ।।

 ✍️গীতাশ্ৰী বড়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)