কিয় ইমান ভেদাভেদ-জুবাইৰ আহমদ লস্কৰ

Rinku Rajowar
0
একেখন ধৰণীতে আজি 
শত শত ভেদাভেদ কিয় ?
একে ৰূপী মানুহৰ মাজত
জাতি, ধৰ্ম, ভাষাৰ বিভেদ কিয় ?
নোৱাৰোঁ নে আমি 
সকলো ভেদাভেদ এৰি
একেখন ধৰণীতে হাতে-হাত ধৰি
মানুহ হিচাপে বসবাস কৰিব !
নোৱাৰোঁ নে আমি 
মানৱতাৰ বাবে
মানুহ হিচাপে এই ধৰণীত জীয়াই থাকিব !

▪️জুবাইৰ আহমদ লস্কৰ
 পাটিদয়া,যমুনামূখ,হোজাই(অসম)।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)