সাধাৰণ জ্ঞান -কুইজ

©Admin
0
১/জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি
উত্তৰঃ 'লুইতৰ পাৰৰ অগ্নিসুৰ'।
২/অসমৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয় ? 
উত্তৰঃ ১৯৪৮ চনত গুৱাহাটী হাই কোট স্থাপিত হয় ।
৩/কেতিয়া অসমৰ গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপিত হয় ?
 উত্তৰঃ ১৯৭০ চনত । 

৪/কোনখন ঠাইক  অসমৰ খাজুৰাহো  বুলি কোৱা হয় ? 
উত্তৰঃ মদন কামদেৱ দেৱালয় (বাইহাটা চাৰিআলি )।
৫/প্ৰথম অসমীয়া শিশু চলচিএ খনৰ নাম কি ?
উত্তৰঃ অবুজ বেদনা (১৯৯৩) ।
৬/অসমৰ প্ৰথম যাদুঘৰ কিমান চনত স্থাপিত হৈছিল?
উত্তৰঃ ১৯৪০ চনত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)