৩ অক্টোবৰ ইতিহাসত আজিৰ দিনটো

©Admin
0

৩ নৱেম্বৰ  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ  অধিবৰ্ষত ৩০৮তম দিন। বছৰ শেষ হ'বলৈ ৫৮ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা- 

১/ আজিৰ দিনটোতে ১৮৮৫ চনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, সমাজসেৱক আৰু অধিবক্তা কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জন্ম।

২/ আজিৰ দিনটোতে ১৯৩৩ চনত নোবেল বঁটা বিজয়ী ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ জন্ম।    

 ৩/আজিৰ দিনটোতে ২০১৪ চনত ভাৰতীয় অভিনেতা সদাশিৱ অমৰপুৰকাৰৰ মৃত্যু। 

৪/আজিৰ দিনটোতে ২০১২ চনত  ভাৰতীয় ৰাজনৈতিক নেতা কৈলাশপতি মিশ্ৰৰ মৃত্যু।

৫/আজিৰ দিনটোতে ১৯৫৭ চনত স্পুটনিক-২ উপগ্ৰহৰে পৃথিৱীৰ প্ৰথম জীৱ মহাকাশলৈ প্ৰেৰণ কৰা হয়। 






Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)