৩ নৱেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ অধিবৰ্ষত ৩০৮তম দিন। বছৰ শেষ হ'বলৈ ৫৮ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১/ আজিৰ দিনটোতে ১৮৮৫ চনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, সমাজসেৱক আৰু অধিবক্তা কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জন্ম।
২/ আজিৰ দিনটোতে ১৯৩৩ চনত নোবেল বঁটা বিজয়ী ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ জন্ম।
৩/আজিৰ দিনটোতে ২০১৪ চনত ভাৰতীয় অভিনেতা সদাশিৱ অমৰপুৰকাৰৰ মৃত্যু।
৪/আজিৰ দিনটোতে ২০১২ চনত ভাৰতীয় ৰাজনৈতিক নেতা কৈলাশপতি মিশ্ৰৰ মৃত্যু।
৫/আজিৰ দিনটোতে ১৯৫৭ চনত স্পুটনিক-২ উপগ্ৰহৰে পৃথিৱীৰ প্ৰথম জীৱ মহাকাশলৈ প্ৰেৰণ কৰা হয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ