তেজৰ ৰঙেৰে জিলিকাই
তোলো তেজস্বিনীৰ প্ৰতিটো অধ্যায়।
অনুভৱী পৃষ্ঠাৰে ৰহন
সানি জিলিকাই তোলা এই
তেজস্বিনীক ।
ছন্দৰ বৰণ দি,
সূৰ্য্যৰ কিৰণ সানি
ৰক্ত জবাৰ দৰে জীয়াই তোলা,
এই তেজস্বিনীৰ পৃষ্ঠাবোৰ
নৱ অনুভৱীয়ে মেলা পাতক
তেজস্বিনীৰ পৃষ্ঠাত
নৱ সূৰ্য্যৰ কিৰণে পাতিব নৱ মেলা ।
🔳শ্ৰী মিন্টু গোৱলা
লখিমপুৰ কদম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ