প্ৰতিযোগিতা চলিছে - হেমেন হাজৰিকা

©Admin
0
       সৰ্বত্ৰ প্ৰতিযোগিতা
       জিকাৰ
       জিকোৱাৰ ।।

       দৌৰত স্ত্ৰতমান
       দৌৰিছে
       দৌৰাইছে ।।

      নিৰৱ দৰ্শকৰ ভূমিকাত
      মৌন কোলাহল সৃষ্টি
      আমি ৰৈ আছোঁ
      সূৰ্যোদয়লৈ ।।

      ✍️হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)