তেজীমলা - মিন্টু গোৱলা

©Admin
0
মই তেজীমলা কৈছোঁ মাহী আই মোৰ 
কোনো দুঃখ নাছিল অ,
 তই দি পঠিওৱা কাপোৰ 
যোৰত নিগনি আৰু 
এঙাৰ আছিল অ,!
তোক মই ক'ব বিচাৰাছিলোঁ
কিন্তু মই ক'ব নোৱাৰিলো 
তোৰ যি খঙাল মাতে মোক 
কথাবোৰ ক'ব নোৱাৰিলো ভয়ত অ ,আই!
তই মোৰ মৰম বোৰ বুজি নাপালি অ,
আই মই যে তোৰ পেটৰ সন্তান নাছিলোঁ
 যে সেইবাবে তই মোক মৰম কৰা 
 নাছিলি অ,আই !
মোক তই নিজৰ বুলি ভাৱা নাছিলি
অ আই কিন্তু মই তোক নিজৰ 
আইৰ দৰে ভাৱিছিলো অ,আই !
ঈশ্বৰ লীলা কি কৰিবা মোৰ যে 
ফুটা কপাল তোৰ হাতে 
মোৰ মৃত্যুৰ আছিল অ,আই!
পিতাই থকা হ'ল মোৰ 
এই দৰ্শা নহ'ল হেতেন অ,আই,!
সামান্য পাট কাপোৰ যোৰ বাবে
 তই মোক খুন্দি মাৰিলি অ,।।

✍️মিন্টু গোৱলা , লখিমপুৰ কদম ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)