যাৰ নামে এক সুকীয়া আবেগসনা
আৰু মাদকতাপূৰ্ন এটি নাম ।।
'মা' মমতা অন্য এটি নাম।
'মা'এটি মিঠা শব্দ,
যত লুকাই থাকে,
সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ
আদি আৰু অনন্ত।।
'মা 'এটি বৰ্নৰ এক শব্দ,
প্ৰেৰনাৰ অন্তহীনৰ এক উৎস ।।
'মা 'আমাৰ প্ৰানৰো আপোন
ভগৱান এক অনবদ্য দান স্বৰূপ।।
'মা 'জীৱন প্ৰথম গুৰু,
যৌৱনৰ প্ৰকৃত বন্ধু।
মাতৃস্নেহ সম্পৰ্কৰে
স্বাৰ্থ বিহীন মৰমৰে বান্ধি
ৰাখিব পৰা অন্য এগৰাকী।।
'মা'এক পৃথিৱীৰ অনাবিল আনন্দ
আৰু প্ৰাপ্তি এক সুখানুভুতি।।
যিয়ে দিয়ে জীৱনৰ প্ৰতিটো গতি,
চিৰপুজনীয়া আমাৰ মৰমৰ
'মা ' অতি আপোন।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ