উঃ প্ৰাক্-প্ৰাথমিক শিক্ষা।
প্রঃ বাল্যকালত কি শিক্ষা দিয়া হয় ?
উঃ প্ৰাথমিক শিক্ষা।
প্রঃ আনুষ্ঠানিক শিক্ষাৰ প্ৰথম পৰ্যায়টো কি ?
উঃ প্ৰাথমিক শিক্ষা।
প্রঃ প্ৰাথমিক শিক্ষা কিমান বয়সৰ পৰা আৰম্ভ কৰা হয় ?
উঃ ৬ বছৰ বয়সৰ পৰা।
প্রঃ জীৱনৰ কোনটো সময়ক ‘ধুমুহা আৰু পীড়ন’ৰ সময় বুলি কোৱা হয় ?
উঃ কৈশোৰ কালছোৱাক।
সংগ্ৰাহক - ৰিংকু ৰাজোৱাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ