Home কবিতা ছাত্র জীৱন -আব্দুল কদ্দুছ ছাত্র জীৱন -আব্দুল কদ্দুছ person©Admin December 21, 2022 0 share আজি আৰু নাই সেই দিনবোৰথাকি গ'ল মাথোঁ স্মৃতিবোৰঅতীত যায় আতঁৰি, হৃদয় ৰয়থমকি। বয়সে ভটিয়াই, জীৱনে ৰিঙিয়াইহাঁহিবোৰ ক'ৰবাত হেৰাই যায়আপোনবোৰ আতঁৰি যায়। মৰমবোৰ ক'ৰবাত হেৰাইসপোনবোৰ নকৈ ৰূপ লয়আৰু আশাবোৰ ৰৈ যায়মাথোঁ স্মৃতিবোৰ থৈ যায়। Tags আব্দুল কদ্দুছকবিতা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ