ছাত্র জীৱন -আব্দুল কদ্দুছ

0
আজি আৰু নাই সেই দিনবোৰ
থাকি গ'ল মাথোঁ স্মৃতিবোৰ
অতীত যায় আতঁৰি, হৃদয় ৰয়
থমকি। 

বয়সে ভটিয়াই, জীৱনে ৰিঙিয়াই
হাঁহিবোৰ ক'ৰবাত হেৰাই যায়
আপোনবোৰ আতঁৰি যায়। 

মৰমবোৰ ক'ৰবাত হেৰাই
সপোনবোৰ নকৈ ৰূপ লয়
আৰু আশাবোৰ ৰৈ যায়
মাথোঁ স্মৃতিবোৰ থৈ যায়।  

                          
                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)