স্বপ্ন - হিমশিখা সন্দিকৈ

©Admin
0
বহুদিনৰ মূৰত আপোনাক‌ দেখিছিলোঁ
নৈ খনিৰ কাষত
জোনাকীয়ে লুকা-ভাকু খেলাৰ পৰত....
মাত দিব লওঁতেই
এমুঠি ৰ'দে আহি 
চুমা আঁকি গ'ল....
বুকুত অভিমানবোৰে গুণগুণালে
ভালপোৱাৰ গান
আপোনাক কাষত পোৱাৰ হেঁপাহত ।

✍️হিমশিখা সন্দিকৈ, ডিব্ৰুগড় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)