১২ জানুৱাৰী ইতিহাসত আজিৰ দিনটো

©Admin
0

১২ জানুৱাৰী  দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১২ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

১/আজিৰ দিনটোতে ১৫৯৮ চনত  মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজীৰ মাতৃ জিজাবাঈ শাহাজী ভোঁচলেৰ জন্ম হৈছিল।

২/আজিৰ দিনটোতে ১৬৬৫ চনত ফৰাছী অধিবক্তা পিয়েৰ দি ফাৰ্মাৰ মৃত্যু হৈছিল।

২/আজিৰ দিনটোতে ১৯৭৬ চনত প্ৰখ্যাত ইংৰাজী লেখক  আগাথা ক্ৰিষ্টিৰ মৃত্যু হৈছিল।

৩/ আজিৰ দিনটোতে ২০০২ চনত ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী জংকী বৰঠাকুৰৰ মৃত্যু হৈছিল।

৪/আজিৰ দিনটোতে ১৯৯৬ চনত এলেন ভাৰতীয় পেছাদাৰী ফুটবল খেলুৱৈ এলেন দেউৰীৰ জন্ম হৈছিল।

৫/ আজিৰ দিনটোতে ১৯৯৯ চনত  ভাৰতীয় ৰাজনীতিবিদ আৰ্য ৰাজেন্দ্ৰনৰ জন্ম হৈছিল।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)