উত্তৰ:- গ্ৰামাৰ অৱ আছামিজ লেংগুৱেজ।
২/ ‘অসমৰ মানচেষ্টাৰ’ বুলি কোনখন ঠাইক কোৱা হয় ?
উত্তৰ:- শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়।
৩/ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ?
উত্তৰ:- ৰাধানাথ ফুকন।
৪/স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ?
উত্তৰ:- ৰাধানাথ ফুকন।
৫/ ওমৰ খয়ামৰ ‘ৰুৱায়ত’খন ‘ওমৰতীৰ্থ’ নামেৰে কোনজন সাহিত্যিকে অসমীয়ালৈ অনুবাদ কৰিছিল ?
উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা।
৬/ অসমৰ দ্বিতীয়খন বিশ্ববিদ্যালয়ৰ নাম কি ?
উত্তৰ:- ডিব্ৰুগড় বিশ্ববিদ্যালয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ