জীৱন ক্ষিপক-প্ৰেমজ্যোতি বৰকাকতি

©Admin
0
ক্ষিতিতেই ওপজি
      ক্ষিতিৰ ক্ষিত্বা কৰি সেৱন,
   হলোঁ জীৱন যোদ্ধা!
ঔ হৃদয় মন্দিৰত গঢ় দিওঁ বহু স্বৰ্ণ  স্বপ্নক,
হৃদয়ত স্হান দিওঁ বহু উচ্চ আকাঙ্ক্ষাক!
হংস পথেৰে নিতে কৰো যাত্ৰা !
কৰি যাওঁ জ্ঞান আহৰণ !
সঞ্চিত জ্ঞানেৰে
     কল্পিত হেঁপাহেৰে
 সাজি যাওঁ নিজকে জীৱন যোদ্ধা!
স্বৰ্ণ সোপানেদি সুৰ পথলৈ কৰো গমন,
জীৱনক কৰো পুণৰ সন্ধান॥


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)