ভোগালীৰ মেজিটো-হেমেন হাজৰিকা

©Admin
0
বহুদিন হ'ল
    মেজিত গাটো নেসেকা
    কথাবোৰ অতীত হ'ল  ।

    কৈশোৰ আৰু যৌৱনৰ
    দোমোজাত জুৰি থাকিল
      সোঁৱৰণি হৈ  ।

    ভোগালীৰ মেজিৰ লগত
    আজোককাৰ দিনৰে সম্বন্ধ
    এতিয়া পাহৰণিৰ এপৃষ্ঠা  ।

    এইবাৰো কিজানি
    মেজিক গাটো
    সেকিব নোৱাৰিম  ।।

            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)