হৃদয়-লহৰজ্যোতি মৰাণ

©Admin
0
মৰম মানে কি ? 
নুবুজো জানা ! 
ভালপোৱা মানে কি ? 
নাজানো জানা! 
যদি তুমি দিয়া 
মোক মৰম একাজলি 
ভগৱানৰ আশীষ
বুলি ,
মই ল'ম 
হৃদয় খুলি ।।

✍️লহৰজ্যোতি মৰাণ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)